Tech Talk #3 | How to Identify Fake News | ভুৱা বাতৰি কেনেকৈ চিনাক্ত কৰিব?



ভুৱা বাতৰি বা Fake News-এ শেহতীয়াভাৱে আমাৰ সামাজিক জীৱনক এক প্ৰকাৰ বিষাক্ত কৰি তুলিছে। আমি অলপ সচেতন হ’লেই এই বাতৰিবোৰ আমি চিনাক্ত কৰিব পাৰো। ভুৱা বাতৰি বা Photoshoped ফটো আমি কেনেকৈ চিনাক্ত কৰিব পাৰো, সেই বিষয়েই আজিৰ আলোচনা। ভিডিঅ’ ভাল লাগিলে Share, Comment আৰু Like কৰিব।


Pages