Tech Talk #5 | We should never do this on Social Media | সামাজিক মাধ্যমত যিবোৰ কেতিয়াও কৰা উচিত নহয়।


আমি সকলোৱে সাম্প্ৰতিক সময়ত সামাজিক মাধ্যম (Social Media)ৰ সৈতে সংযুক্ত হৈ আছো। সামাজিক মাধ্যমত আপাত দৃষ্টিত সাধাৰণ যেন লগা কিছুমান কাম আমি কৰো যদিও সেইবোৰে যে আমাৰ ব্যক্তিত্বক প্ৰতিনিধিত্ব কৰে সেইটোক আমি গুৰুত্ব নিদিও। তদুপৰি কেতিয়াবা কিছুমান কামে আমাৰ অনলাইন ছিকিউৰিটিৰ ক্ষেত্ৰত হেঙাৰ হৈও থিয় দিয়ে। আজিৰ ভিডিঅ’ তেনেবোৰ দুই-এটা কথা আলোচনা কৰাৰ চেষ্টা কৰিছো।

Pages